For at give dig den bedst mulige oplevelse bruger dette websted cookies. Gennemgå vores Fortrolighedspolitik og Servicevilkår for at lære mere.
Forstået!
"ভক্তিবচন" অনুষ্ঠানটি বিশ্বজুৰি বাইবেল শিক্ষা প্ৰদান কৰা পৰিচৰ্য্যাৰ এটি অংশ ৷ বৰ্তমান ১০০তকৈয়ো অধিক ভাষাত অনুদিত হোৱা এই শিক্ষাসমুহ ড. জে ভাৰ্নন মেকগিৰ দ্বাৰা প্ৰথমতে সজোৱা হৈছিল ৷ প্ৰতিদিনে ৩০ মিনিটৰ এই অনাতাঁৰ অনুষ্ঠানসমুহ এনেদৰে সুশৃংখলভাৱে সজোৱা হৈছিল যে এজন শ্ৰোতাই সহজতেই বাইবেলখন শিকিব পাৰে ৷ এতিয়া সেই অনুষ্ঠানসমুহকেই অনলাইনযোগে আপোনালৈ আগবঢ়োৱা হৈছে ৷ এই অনুষ্ঠানসমুহ শুনি ঈশ্বৰৰ বাক্য শিকিবলৈ আৰম্ভ কৰাৰ বাবে আমি আপোনাৰ ওচৰত অতি কৃতজ্ঞ ৷ আপুনি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ প্ৰতিদিনে একোটাক ...